টিক্‌লিটিঙত-কোবোৱা

টিঘিলঘিলাই ফুৰ্ (Assamese) [ Roman: ti.ghil.ghi.lai pur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
1. (Verb-Intran.) to walk around slowly in a relaxed way or without any clear purpose or direction কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্